যোগ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা / From Wikipedia, the free encyclopedia
যোগই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে
- যোগ (গণিত): দুটা বা ততোধিক সংখ্যা লগ লগাই এটা কৰা প্ৰক্ৰিয়াৰ গাণিতিক প্ৰক্ৰিয়া।
- যোগাসন: দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি।
- যোগ দৰ্শন: ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম।
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |