![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/2e/Ethtigregch2.jpg/640px-Ethtigregch2.jpg&w=640&q=50)
ল'ৰা
ডেকা পুৰুষ মানুহ / From Wikipedia, the free encyclopedia
এই পৃষ্ঠাখন ল'ৰাৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে ল'ৰা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
ল’ৰা এজন ডেকা পুৰুষ মানুহ। সাধাৰণতে শিশু বা কিশোৰ-কিশোৰীৰ বাবে এই শব্দটো ব্যৱহাৰ কৰা হয়। পুৰুষ মানুহে যেতিয়া প্ৰাপ্তবয়স্ক বয়সত উপনীত হয়, তেতিয়া তেওঁক সাধাৰণতে পুৰুষ বুলি বৰ্ণনা কৰা হয়।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
"Boys" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ব্যৱহাৰৰ বাবে, Boys (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2e/Ethtigregch2.jpg/640px-Ethtigregch2.jpg)