শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে
From Wikipedia, the free encyclopedia
শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে (Sri Jayawardenepura Kotte বা Sri Jayewardenepura Kotte)[1] (কট্টে বুলিও জনাজাত ) শ্ৰীলংকাৰ চৰকাৰী ৰাজধানী।[2] ১৯৮২ চনত শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেলৈ স্থানান্তৰ কৰা হয়। ই কলম্বোৰ কাষতে অৱস্থিত নাগৰিক এলেকা।
ক্ষিপ্ৰ তথ্য শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেSri Jayawardenepura Kotte ශ්රී ජයවර්ධනපුර කෝට්ටේஶ்ரீ ஜெயவர்த்தனபுர கோட்டை, দেশ ...
শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে Sri Jayawardenepura Kotte ශ්රී ජයවර්ධනපුර කෝට්ටේ ஶ்ரீ ஜெயவர்த்தனபுர கோட்டை |
|
---|---|
— প্ৰশাসনিক ৰাজধানী — | |
Fountain at Diyatha Uyana.JPGডিয়াঠা উয়না | |
ভৌগোলিক স্থানাংক: 6°54′39″N 79°53′16″E | |
দেশ | শ্ৰীলংকা |
প্ৰদেশ | পশ্চিম প্ৰদেশ |
জিলা | কলম্বো জিলা |
চৰকাৰ | |
- মেয়ৰ | আৰ.এ.ডি জনক ৰানায়াক (শ্ৰী লংকা ফ্ৰীদম পাৰ্টি) |
মাটিকালি | |
- প্ৰশাসনিক ৰাজধানী | ১৭ কি.মি.২ (৬.৬ বৰ্গ মাইল) |
জনসংখ্যা (২০০১) | |
- প্ৰশাসনিক ৰাজধানী | ১,১৫,৮২৬ জন |
- জনঘনত্ব | ৩,৩০৫ প্ৰতি বৰ্গ কি.মি. (৮,৫৫৯.৯ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ | ২২,৩৪,২৮৯ জন |
সময় অঞ্চল | শ্ৰী লংকা মান সময় (গ্ৰী.মা.স.+৫:৩0) |
পিন কোড | ১০১০০ |
অঞ্চল কোড | ০১১ |
ৱেবছাইট | www |
বন্ধ কৰক