সদস্য:IKHazarika
From Wikipedia, the free encyclopedia
নমস্কাৰ! মই ঈশান কাশ্যপ হাজৰিকা। লখিমপুৰত জন্ম, বৰ্তমানে নতুন দিল্লীৰ নিবাসী। অৰ্থনীতিৰ ছাত্ৰ। সমাজ বিজ্ঞান, গণিত, দৰ্শন, পৰিসংখ্যা বিজ্ঞান, ভাষা বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আদিত ৰুচী ৰাখোঁ।
অসমীয়া ৱিকিপিডিয়াত প্ৰথম সম্পাদনা কৰিছিলোঁ ৩০ জুলাই ২০১৪ত, পাইথেগোৰাছ নামৰ প্ৰবন্ধটোত। প্ৰথম প্ৰবন্ধ লিখিছিলোঁ ৪ আগষ্ট ২০১৪ত: চীন। মুক্ত জ্ঞানৰ এই বিৰল আন্দোলনৰ সৈতে জড়িত হৈ বৰ তৃপ্তি অনুভৱ কৰোঁ।
মই সৃষ্টি কৰা প্ৰবন্ধৰ সংখ্যা ২৪ এপ্ৰিল ২০২৩ত ৪০০ পালেগৈ।