হকী
From Wikipedia, the free encyclopedia
হকী (ইংৰাজী: Hockey) এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যক দলত ১১জন খেলুৱৈ থাকে। এই খেলত হকী ষ্টিকৰ দ্বাৰা বিপক্ষৰ এলেকাত থকা লক্ষ্যস্থানত বল ভৰাবলৈ চেষ্টা কৰে। যিটো দলে অধিক সংখ্যক গ’ল দিয়ে সেই দলটোৱেই বিজয়ী হিচাপে মনোনীত হয়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য সৰ্বোচ্চ পৰিচালনা সংস্থা, অন্য নাম ...
ফিল্ড হকী খেলাৰ দৃশ্য | |
সৰ্বোচ্চ পৰিচালনা সংস্থা | আন্তৰ্জাতিক হকী ফেডাৰেছন |
---|---|
অন্য নাম | হকী |
প্ৰথমবাৰ খেলা হয় | ১৯ |
বৈশিষ্ট্য | |
সংস্পৰ্শ | হয় |
দলৰ সদস্য | ১১জন খেলুৱৈ |
বৰ্গীকৰণ | বহিঃ বা অন্তঃ |
উপকৰণ | হকী বল |
অলিম্পিক | ১৯০৮, ১৯২০, ১৯২৮-বৰ্তমান |
বন্ধ কৰক