ৱিকিপিডিয়া:Edit-a-thonTopic
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়া এছিয়ান মাহ ২০১৬ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহ জুৰি অনুষ্ঠিতব্য এটি অনলাইন এডিট-এ-থন বিশেষ, যাৰ মাধ্যমত এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি পাব। এই সম্পাদনা মেলাত লিখিব পৰা প্ৰৱন্ধৰ এখন উদাহৰণ তালিকা তলত দিয়া হৈছে। এই তালিকাত ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সম্ভাব্য তালিকাত থকা এছিয়াৰ দেশ আৰু অন্যান্য অঞ্চলৰ নামো অন্তৰ্ভূক্ত কৰা হৈছে।