অৱনী লেখাৰা
ভাৰতীয় পেৰা-ক্ৰীড়া ৰাইফল শ্বুটাৰ / From Wikipedia, the free encyclopedia
অৱনী লেখাৰা (ইংৰাজী: Avani Lekhara; জন্ম ৮ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ। তেওঁ টকিঅ' ২০২০ পেৰালিম্পিকত মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত স্বৰ্ণ পদক[1] আৰু আৰ৮ ৫০ মিটাৰ এয়াৰ ৩ পজিচন এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[2] লেখাৰা ২০১৮ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰিছিল আৰু আগষ্ট ২০২১ৰ অনুসৰি মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছএইচ১ শাখাত ৱৰ্ল্ড শ্বুটিং পেৰা স্পোৰ্ট ৰেংকিংত বিশ্বৰ ৫ নম্বৰ[3] স্থানত আছে।[4][5][6][7]
ক্ষিপ্ৰ তথ্য অৱনী লেখাৰা, ব্যক্তিগত তথ্যাৱলী ...
অৱনী লেখাৰা | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০২২ চনত লেখাৰা | ||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||
জন্ম | ৮ নৱেম্বৰ, ২০০১ (২২ বছৰ) জয়পুৰ, ৰাজস্থান, ভাৰত | |||||||||||||||
ক্ৰীড়া | ||||||||||||||||
দেশ | ভাৰত | |||||||||||||||
ক্ৰীড়া | শ্বুটিং | |||||||||||||||
শিতান | এয়াৰ ৰাইফল | |||||||||||||||
প্ৰশিক্ষক | সুমা সিদ্ধাৰ্থ শিৰুৰ | |||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক