কৃষ্ণা নাগৰ
ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ / From Wikipedia, the free encyclopedia
কৃষ্ণা নাগৰ (ইংৰাজী: Krishna Nagar) ভাৰতৰ ৰাজস্থানৰ এগৰাকী পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।[1] তেওঁ পেৰা-বেডমিণ্টনত পুৰুষৰ একক এছএছ৬ শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰে।[2] তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ একক এছএইছ৬ বেডমিণ্টন প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে।[3]
ক্ষিপ্ৰ তথ্য কৃষ্ণা নাগৰ, ব্যক্তিগত তথ্য ...
কৃষ্ণা নাগৰ | ||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্য | ||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||
জন্ম | ১২ জানুৱাৰী, ১৯৯৯ (২৫ বছৰ) | |||||||||||||||||||||||||||
উচ্চতা | ১৩৫ ছেমি | |||||||||||||||||||||||||||
ওজন | ৪০ কিগ্ৰা | |||||||||||||||||||||||||||
সক্ৰিয়তাৰ সময় | ২০১৮–বৰ্তমান | |||||||||||||||||||||||||||
হাত | বাওঁ | |||||||||||||||||||||||||||
প্ৰশিক্ষক | গৌৰৱ খান্না (ৰাষ্ট্ৰীয়) | |||||||||||||||||||||||||||
পুৰুষৰ একক | ||||||||||||||||||||||||||||
সৰ্বোচ্চ ৰেংকিং | ২ | |||||||||||||||||||||||||||
বৰ্তমান ৰেংকিং | ২ | |||||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক