চাহ : অসমৰ অন্যতম পৰিচয়
From Wikipedia, the free encyclopedia
অসমৰ বিভিন্ন পৰিচয়সমূহৰ ভিতৰত চাহখেতি অন্যতম। চাহ শব্দটো চীনা শব্দৰ পৰা অহা। চীনদেশত চাহক ‘চা' বুলি কয় । চাহৰ ইংৰাজী প্ৰতিশব্দ Tea । চিংফৌ ভাষাত চাহক ‘ফিনাপ' অথবা ‘ফালাপ' বুলি কয়। আহোম ভাষাত ‘নাম - ফালাপ' বুলি কয়। ‘নাম' মানে পানী আৰু ‘ফালাপ' মানে চাহ । সম্ভৱতঃ এইদৰেই অসমত চাহ পাত পানীত দি উতলাই খোৱা ৰসবিধক চাহ-পানী বুলি কোৱা হয়।
এই প্ৰবন্ধটো চাহ নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |