জিগমে খেচাৰ নামগৱেল ৱাংচুক
From Wikipedia, the free encyclopedia
জিগমে খেচাৰ নামগৱেল ৱাংচুক (Jigme Khesar Namgyel Wangchuck, (འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག་,[3] জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৮০) ভূটানৰ পঞ্চম আৰু বৰ্তমান "ড্ৰোক গ্যাল্প" বা "ড্ৰেগন ৰজা"।[4] তেওঁৰ পিতৃ ৰজা জিগমে শিংয়ে ৱাংচুকৰ পিছত ৯ ডিচেম্বৰ ২০০৬ তাৰিখে তেওঁ ভূটানৰ ৰজা হিচাপে ৰাজপাটত বহে। তেওঁৰ ৰাজাভিষেকৰ ৰাজহুৱা সমাৰোহ আনুষ্ঠানিক ভাৱে ২০০৮ চনৰ ১ নৱেম্বৰত পালন কৰা হয়। এই দিনা ভূটান ৰাজতন্ত্ৰৰ ১০০ বছৰ সম্পূৰ্ণ হৈছিল।[5]
ক্ষিপ্ৰ তথ্য জিগমে খেচাৰ নামগৱেল ৱাংচুকJigme Khesar Namgyel Wangchuck འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག, ৰাজত্ব ...
জিগমে খেচাৰ নামগৱেল ৱাংচুক Jigme Khesar Namgyel Wangchuck འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག | |
---|---|
ভূটানৰ পঞ্চম ৰজা | |
ৰাজত্ব | ৯ ডিচেম্বৰ ২০০৬- বৰ্তমানলৈ |
অভিষেক | ৬ নৱেম্বৰ ২০০৮ |
পূৰ্বসূৰী | জিগমে শিংয়ে ৱাংচুক |
জন্মসূত্ৰে | জিগমে নামগৱেল ৱাংচুক[1] |
প্ৰধানমন্ত্ৰী | তালিকা চাওক
|
দাম্পত্য সঙ্গী | জেৎচুন পেমা (বি. ২০১১) |
সন্তান | |
জিগমে নামগৱেল ৱাংচুক[2] | |
বাসগৃহ | ৱাংচুক |
মাতৃ | টছেৰিং য়াংডন |
পিতৃ | জিগমে শিংয়ে ৱাংচুক |
স্বাক্ষৰ | |
ধৰ্ম | বজ্ৰয়ান বৌদ্ধ ধৰ্ম |
বন্ধ কৰক