নিশাদ কুমাৰ
ভাৰতীয় পেৰা-এথলীট / From Wikipedia, the free encyclopedia
নিশাদ কুমাৰ (ইংৰাজী: Nishad Kumar) এগৰাকী ভাৰতীয় পেৰা হাই জাম্প এথলীট।[1] তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰলৈ পেৰালিম্পিক প্ৰতিদ্বন্দ্বিতা কৰি ২.০৬ মিটাৰ জঁপিয়াই নতুন এছিয়ান অভিলেখৰ সৈতে পুৰুষৰ হাই জাম্প টি৪৭ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।[2][3][4]