প্ৰবীণ কুমাৰ
ভাৰতীয় পেৰা-এথলীট / From Wikipedia, the free encyclopedia
প্ৰবীণ কুমাৰ (ইংৰাজী: Praveen Kumar; ১৫ মে' ২০০৩, নয়ডা, উত্তৰ প্ৰদেশ)[1] এজন ভাৰতীয় পেৰা হাই জাম্প এথলীট। তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ২.০৭ মিটাৰ অতিক্ৰম কৰি পুৰুষৰ হাই জাম্প টি৬৪ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।[2][3][4] তেওঁ মতিলাল নেহৰু মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী।[5]
ক্ষিপ্ৰ তথ্য প্ৰবীণ কুমাৰ, ব্যক্তিগত তথ্যাৱলী ...
প্ৰবীণ কুমাৰ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||
জন্ম | ১৫ মে', ২০০৩ (২০ বছৰ) নয়ডা, উত্তৰ প্ৰদেশ, ভাৰত | ||||||||||||
ক্ৰীড়া | |||||||||||||
ক্ৰীড়া | পেৰা-এথলেটিকছ | ||||||||||||
শিতান | হাই জাম্প | ||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক