প্ৰমোদ ভগত
ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ / From Wikipedia, the free encyclopedia
প্ৰমোদ ভগত (ইংৰাজী: Pramod Bhagat; জন্ম: ৪ জুন ১৯৮৮) এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ছেপ্টেম্বৰ ২০২১-ৰ তথ্য অনুসৰি, তেওঁ পেৰা-বেডমিণ্টন পুৰুষৰ একক এছএল৩ শাখাত বিশ্বৰ প্ৰথম স্থানৰ আছে।[1] তেওঁ ২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি পুৰুষৰ একক এছএল৩ বেডমিণ্টন প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে।[2][3] তেওঁ হৈছে ভাৰতৰ বাবে বেডমিণ্টনত অলিম্পিক বা পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।[4]
ক্ষিপ্ৰ তথ্য প্ৰমোদ ভগত, ব্যক্তিগত তথ্য ...
প্ৰমোদ ভগত | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০২০ চনত প্ৰমোদ ভগত | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্য | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ৪ জুন, ১৯৮৮ (৩৫ বছৰ) আট্টাবিৰা, বৰগড় জিলা, উৰিষ্যা, ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
বাসগৃহ | ভুৱনেশ্বৰ, উৰিষ্যা, ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সক্ৰিয়তাৰ সময় | ২০০৬–বৰ্তমান | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
হাত | বাওঁ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | শিৱা প্ৰসাদ দাস | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পুৰুষৰ একক এছএল৩ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সৰ্বোচ্চ ৰেংকিং | ১ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
বৰ্তমান ৰেংকিং | ১ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক