![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/44/Subhas_Chandra_Bose_NRB.jpg/640px-Subhas_Chandra_Bose_NRB.jpg&w=640&q=50)
পৰাক্ৰম দিৱস
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন / From Wikipedia, the free encyclopedia
পৰাক্ৰম দিৱস প্ৰতি বছৰে ভাৰতত ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়। ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে তেওঁৰ জন্মদিন পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে।[2] ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই দিৱস পালনৰ ঘোষণা কৰিছিল। ২০২১ চনৰ ২৩ জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে এই দিৱস ৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়।
ক্ষিপ্ৰ তথ্য পৰাক্ৰম দিৱস, সম্পূৰ্ণ নাম ...
পৰাক্ৰম দিৱস | |
---|---|
![]() সুভাষ চন্দ্ৰ বসু | |
সম্পূৰ্ণ নাম | পৰাক্ৰম দিৱস |
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
মহত্ব | নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন |
তাৰিখ | ২৩ জানুৱাৰী[1] |
পৰৱৰ্তী তাৰিখ | ২৩ জানুৱাৰী |
অৱধি | 1 day |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক