ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। নভৱৰ্ণা নামৰে পৰিচিত এই দলে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ বিশ্ব ৰেংকিঙত ২০২১ চনৰ আগষ্টৰ অনুসৰি সপ্তম স্থানত আছে আৰু এছিয়াৰ শ্ৰেষ্ঠ দল হিচাপে স্থান লাভ কৰিছে। দলটোৱে ২০০২ কমনৱেলথ গেমছ আৰু ১৯৮২ এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰিছে। তেওঁলোকে ২০০৪ আৰু ২০১৭ চনত দুবাৰকৈ মহিলা এছিয়া কাপ জিকিছে। দলটোৱে ২০১৬ চনত এছিয়ান চেম্পিয়নছ ট্ৰফীও জিকিছিল। ২০১২ চনত অনুষ্ঠিত ২০২০ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত[2] দলটোৱে প্ৰথমবাৰৰ বাবে মহিলা হকীৰ অলিম্পিক প্ৰতিযোগিতাত ছেমি ফাইনেলত উপনীত হৈছিল কিন্তু ছেমিফাইনেলত আৰ্জেণ্টিনাৰ হাতত[3] আৰু তাৰ পাছত ব্ৰঞ্জৰ পদকৰ খেলত গ্ৰেট ব্ৰিটেইনৰ হাতত[4] পৰাস্ত হোৱাৰ ফলত চতুৰ্থ স্থান লাভ কৰি কোনো পদক অৰ্জন কৰাত ব্যৰ্থ হয়।
ক্ষিপ্ৰ তথ্য উপনাম, সংস্থা ...
ভাৰত |
উপনাম |
নভৱৰ্ণা |
---|
সংস্থা |
হকী ইণ্ডিয়া |
---|
কনফেডাৰেচন |
এছিয়ান হকী ফেডাৰেচন (এছিয়া) |
---|
প্ৰশিক্ষক |
স্জোয়াৰ্ড মাৰিজনে |
---|
সহকাৰী প্ৰশিক্ষক |
এৰিক ৱনিংক |
---|
মেনেজাৰ |
কুমাৰ চি আৰ |
---|
অধিনায়ক |
ৰাণী ৰামপাল |
---|
|
আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন ৰেংকিং |
---|
বৰ্তমান |
৭ ২ (২ আগষ্ট ২০২১)[1] |
---|
সৰ্বোচ্চ |
৭ (আগষ্ট ২০২১) |
---|
অলিম্পিক |
---|
অংশগ্ৰহণ |
৩ (১৯৮০ চনত প্ৰথম) |
---|
শ্ৰেষ্ঠ ফলাফল |
৪ৰ্থ (১৯৮০, ২০২০) |
---|
মহিলাৰ |
---|
অংশগ্ৰহণ |
৭ (১৯৭৪ চনত প্ৰথম) |
---|
শ্ৰেষ্ঠ ফলাফল |
৪ৰ্থ (১৯৭৪) |
---|
এছিয়ান গেমছ |
---|
অংশগ্ৰহণ |
১০ (১৯৮২ চনত প্ৰথম) |
---|
শ্ৰেষ্ঠ ফলাফল |
বিজয়ী (১৯৮২) |
---|
এছিয়া কাপ |
---|
অংশগ্ৰহণ |
৮ (১৯৮৯ চনত প্ৰথম) |
---|
শ্ৰেষ্ঠ ফলাফল |
বিজয়ী (২০০৪, ২০১৭) |
---|
|
বন্ধ কৰক