ভীমৰাও কেচৰকাৰ
ভাৰতীয় পেৰা-এথলীট / From Wikipedia, the free encyclopedia
ভীমৰাও কেচৰকাৰ (ইংৰাজী: Bhimrao Kesarkar) এজন ভাৰতীয় পেৰালিম্পিক খেলুৱৈ। তেওঁ ১৯৮৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন এল৬ শ্ৰেণীত[1] ৰূপৰ পদক অৰ্জন কৰিছিল। সেইবছৰৰ পেৰালিম্পিক সমাৰোহত কেচৰকাৰৰ ১টা পদক আৰু যোগিন্দৰ সিং বেদীৰ ৩টা পদকেৰে ভাৰতে মুঠ ৪টা পদক লাভ কৰিছিল[2] আৰু ৫৪খন অংশগ্ৰহণকাৰী দেশৰ ভিতৰত ৩৭তম স্থানত আছিল।
এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য অলিম্পিক পদক ৰেকৰ্ড, প্ৰতিনিধিত্ব কৰা দেশ ভাৰত ...
অলিম্পিক পদক ৰেকৰ্ড | ||
---|---|---|
প্ৰতিনিধিত্ব কৰা দেশ ভাৰত | ||
পেৰালিম্পিক | ||
১৯৮৪ ষ্টোক মেণ্ডেভিল | জেভলীন এল৬ |
বন্ধ কৰক