মুৰলীকান্ত পেটকাৰ
ভাৰতীয় খেলুৱৈ তথা ভাৰতৰ প্ৰথম পেৰালিম্পিক পদক বিজয়ী / From Wikipedia, the free encyclopedia
মুৰলীকান্ত পেটকাৰ (ইংৰাজী: Murlikant Petkar) ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী। তেওঁ জাৰ্মানীৰ হাইডেলবাৰ্গত অনুষ্ঠিত ১৯৭২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত ৩৭.৩৩ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰিছিল। একেখন পেৰালিম্পিকতে তেওঁ আন তিনিটা ইভেণ্টতো অংশগ্ৰহণ কৰিছিল আৰু তিনিওটা ইভেণ্টতৰে ফাইনেলিষ্ট আছিল।[1] ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[2]
ক্ষিপ্ৰ তথ্য মুৰলীকান্ত পেটকাৰ, ব্যক্তিগত তথ্যাৱলী ...
মুৰলীকান্ত পেটকাৰ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৯ চনত মুৰলীকান্ত পেটকাৰ | |||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীণ | ||||||||||||
ক্ৰীড়া | |||||||||||||
ক্ৰীড়া | সাঁতোৰ, এথলেটিকছ | ||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক