যোগেশ কাথুনিয়া
ভাৰতীয় পেৰা-এথলীট / From Wikipedia, the free encyclopedia
যোগেশ কাথুনিয়া (ইংৰাজী: Yogesh Kathuniya; জন্ম ৩ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫৬ শাখাত ৰূপৰ পদক অৰ্জন কৰে।[1][2][3]
ক্ষিপ্ৰ তথ্য যোগেশ কাথুনিয়া, ব্যক্তিগত তথ্যাৱলী ...
যোগেশ কাথুনিয়া | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||
জন্ম | ৩ মাৰ্চ, ১৯৯৭ (২৬ বছৰ) দিল্লী, ভাৰত | ||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||
ক্ৰীড়া | পেৰা-এথলেটিকছ | ||||||||||||||||||
শিতান | ডিচকাছ থ্ৰ' | ||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক