সুমিত আন্তিল
ভাৰতীয় পেৰা-এথলীট / From Wikipedia, the free encyclopedia
সুমিত আন্তিল (ইংৰাজী: Sumit Antil, জন্ম ৬ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন থ্ৰ' এফ৬৪ শ্ৰেণীত সোণৰ পদক লাভ কৰে।[2] ফাইনেলত ৬৮.৫৫ মিটাৰ জেভলীন নিক্ষেপ কৰি তেওঁ বিশ্ব অভিলেখ গঢ়ে।[3]
ক্ষিপ্ৰ তথ্য সুমিত আন্তিল, ব্যক্তিগত তথ্যাৱলী ...
সুমিত আন্তিল | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৯ চনত সুমিত | |||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
জন্ম | ৬ জুলাই, ১৯৯৮ (২৫ বছৰ) | ||||||||||||
ক্ৰীড়া | |||||||||||||
দেশ | ভাৰত | ||||||||||||
ক্ৰীড়া | পেৰা-এথলেটিকছ | ||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||
পেৰালিম্পিক ফাইনেল | ২০২০ টকিঅ' | ||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | বিশ্ব অভিলেখ ৬৮.৫৫ মিটাৰ (২০২১)[1] | ||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক