হৰবিন্দৰ সিং
ভাৰতীয় পেৰা ধনুৰ্বিদ / From Wikipedia, the free encyclopedia
হৰবিন্দৰ সিং (ইংৰাজী: Harvinder Singh) এজন ভাৰতীয় পেৰা ধনুৰ্বিদ। তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এয়া আছিল ভাৰতৰ বাবে আৰ্চাৰীত প্ৰথম অলিম্পিক বা পেৰালিম্পিক পদক।[1][2][3][4]
ক্ষিপ্ৰ তথ্য হৰবিন্দৰ সিং, ব্যক্তিগত তথ্যাৱলী ...
হৰবিন্দৰ সিং | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||
জন্ম | ২৫ ফেব্ৰুৱাৰী, ১৯৯১ (৩৩ বছৰ) অজিতনগৰ, হাৰিয়ানা, ভাৰত | ||||||||||||||||||
শিক্ষানুষ্ঠান | পঞ্জাবী বিশ্ববিদ্যালয়, পাটিয়ালা | ||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||
ক্ৰীড়া | আৰ্চাৰী | ||||||||||||||||||
শিতান | ৰিকাৰ্ভ | ||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক