ইটাগুৰীয়া
From Wikipedia, the free encyclopedia
ইটাগুৰীয়া [2] (ইংৰাজী: Cinnamon Bittern বা Chestnut Bittern, বৈজ্ঞানিক নাম-Ixobrychus cinnamomeus) এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷
ক্ষিপ্ৰ তথ্য ইটাগুৰীয়া ৰঙা বগলী Cinnamon Bittern, সংৰক্ষণ স্থিতি ...
ইটাগুৰীয়া ৰঙা বগলী Cinnamon Bittern | |
---|---|
উত্তৰ প্ৰদেশত এখন ধাননি পথাৰত চৰি থকা অৱস্থাত ইটাগুৰীয়া চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Pelecaniformes |
পৰিয়াল: | Ardeidae |
গণ: | Ixobrychus |
প্ৰজাতি: | I. cinnamomeus |
বৈজ্ঞানিক নাম | |
Ixobrychus cinnamomeus (Gmelin, 1789) | |
বন্ধ কৰক