ইটালী
দক্ষিণ ইউৰোপৰ দেশ / From Wikipedia, the free encyclopedia
ইটালী (Italia ইটালীয়া) ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত, দক্ষিণ মধ্য ইউৰোপৰ এখন একাত্মক সংসদীয় প্ৰজাতন্ত্ৰ। ইটালীত সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰব্যবস্থা প্ৰচলিত। ইয়াক বিশ্বৰ ২৩তম উন্নত দেশ হিচাপে গণ্য কৰা হয়। ইটালীয়ান লোকসকল উন্নত জীৱন-যাপনত অভ্যস্ত, লগতে নমিনেল জিডিপি ও উচ্চ। ইটালী ইউৰো জ’নৰো অংশ। ইয়াৰ উপৰিও ইটালী জি৮, জি২০ আৰু নেটোৰ সদস্য। ইটালী ইউৰোপ আৰু লগতে সমগ্ৰ বিশ্বৰে এক উল্লেখযোগ্য এক সামৰিক, সাংস্কৃতিক আৰু কূটনৈতিক শক্তি। উচ্চ শিক্ষাৰ কাঠামো আৰু বিশ্বায়নৰ দিশৰ পৰাও ইটালী বিশ্বৰ ভিতৰতে আগৰণুৱা।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য ইতালীয় প্ৰজাতন্ত্ৰRepubblica Italianaৰেপাব্লিকা ইটালীয়ানা, ৰাষ্ট্ৰভাষা (সমূহ) ...
ইতালীয় প্ৰজাতন্ত্ৰ Repubblica Italiana ৰেপাব্লিকা ইটালীয়ানা |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত ইল কাণ্ট' দেলি ইটালীয়ানী ইতালীয়ানসকলৰ সঙ্গীত (ফ্ৰাতেল্লি দ'ইটালীয়া হিচাপে পৰিচিত) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ৰোম 41°54′N 12°29′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ইতালীয়1 | |||||
চৰকাৰ | একাত্মকসংসদীয় প্ৰজাতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | জৰ্জ নেপোলিটান' | ||||
- | প্ৰধানমন্ত্ৰী | চিলভিঅ' বেৰলুচক'নি (পিডিএল) | ||||
গঠন | ||||||
- | একত্ৰীকৰণ | ১৭ই মাৰ্চ ১৮৬১ | ||||
- | প্ৰজাতন্ত্ৰ | ২ৰা জুন ১৯৪৬ | ||||
ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্তি | ২৫ মাৰ্চ ১৯৫৭ (প্ৰতিষ্ঠানিক সদস্য) | |||||
- | জলভাগ (%) | ২.৪ | ||||
জনসংখ্যা | ||||||
- | এপ্ৰিল ২০১০ আনুমানিক | ৬০.৪১৮.৭১১'"`UNIQ--ref-০০০০০০০০-QINU`"' (২৩তম) | ||||
- | অক্টোবৰ, ২০০১ লোকপিয়ল | ৫,৭১,১০,১৪৪ | ||||
- | ঘনত্ব | ২০০.৫ প্ৰতি বৰ্গকিমি (৫৪তম) ৫১৯.৩ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০১০ আনুমানিক | |||||
- | মুঠ | $১,৭৬৬.৮৭ ট্ৰিলিয়ন[1] | ||||
- | জনমুৰি | $২৯,৩৪৭.০৬[1] | ||||
জিডিপি (নামমাত্ৰ) | ২০১০ আনুমানিক | |||||
- | মুঠ | $২,১২১.১১ ট্ৰিলিয়ন[1] | ||||
- | জনমুৰি | $৩৫,২৩০.৯২[1] | ||||
জিনি সহগ? (২০০৬) | ৩২[2] (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৯৫১ (অনেক উচ্চ) (১৮তম) | |||||
মুদ্ৰা | ইউৰো (€)২ (EUR ) |
|||||
সময় অঞ্চল | চি.ই.টি (ইউটিচি+১) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | চি.ই.এচ.টি (ইউটিচি+২) | ||||
ইণ্টাৰনেট টিএলডি | .it৩ | |||||
কলিং ক'ড | +৩৯ | |||||
1 | French is co-official in the Aosta Valley; German is co-official in Trentino-Alto Adige/Südtirol. | |||||
2 | Prior to 2002: Italian Lira. | |||||
3 | The .eu domain is also used, as it is shared with other European Union member states. |
বন্ধ কৰক