ঔ টেঙা
From Wikipedia, the free encyclopedia
ঔ টেঙা (বৈজ্ঞানিক নাম:Dillenia indica, ইংৰাজী : Elephant Apple)[1][2]) অসমৰ স্থানীয় উদ্ভিদ। ই দক্ষিণ-পূব এছিয়াৰ পৰা ভাৰত, বাংলাদেশ, শ্ৰী লংকাৰ লগতে দক্ষিণ পশ্চিম চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়ছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে।[1]
ক্ষিপ্ৰ তথ্য ঔ টেঙা, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
ঔ টেঙা | |
---|---|
ঔ টেঙাৰ পাত, ফল আৰু কলি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
বৰ্গ: | Dilleniales |
পৰিয়াল: | Dilleniaceae |
গণ: | Dillenia |
প্ৰজাতি: | D. indica |
বৈজ্ঞানিক নাম | |
Dillenia indica L. |
বন্ধ কৰক
ঔ টেঙা অসমীয়া জনজীৱনৰ লগত ওতপ্ৰোত ভাৱে জড়িত।