কমলা-বুকুৰ হাইঠা
From Wikipedia, the free encyclopedia
কমলা-বুকুৰ হাইঠা, (ইংৰাজী: Orange-breasted Green Pigeon , বৈজ্ঞানিক নাম-Treron bicinctus) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ এছিয়াত দেখা পোৱা যায়৷ ই সৰু আকাৰৰ ফল-মূল আদি খাই জীয়াই থাকে৷
এই সম্পূৰ্ণ প্ৰবন্ধটো বা ইয়াৰ অংশবিশেষৰ বানান অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াৰ বানানসমূহ অসমীয়াকৰণ কৰাত সহায় কৰক। |
ক্ষিপ্ৰ তথ্য কমলা-বুকুৰ হাইঠা (Orange-breasted Green Pigeon), সংৰক্ষণ স্থিতি ...
কমলা-বুকুৰ হাইঠা (Orange-breasted Green Pigeon) | |
---|---|
A pair in Wilpattu National Park, Sri Lanka | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Treron |
প্ৰজাতি: | T. bicinctus |
বৈজ্ঞানিক নাম | |
Treron bicinctus (Jerdon, 1840) | |
সমাৰ্থক | |
Osmotreron bicincta |
বন্ধ কৰক