ক'লা আকুহী বগ
From Wikipedia, the free encyclopedia
ক'লা আকুহী বগ[2] (ইংৰাজী: Red-naped Ibis বা Indian Black Ibis, বৈজ্ঞানিক নাম-Pseudibis papillosa) ভাৰত উপমহাদেশত বিস্তৃত হৈ থকা এবিধ জলচৰ প্ৰজাতিৰ চৰাই৷
ক্ষিপ্ৰ তথ্য ক'লা আকুহী বগ (Red-naped Ibis), সংৰক্ষণ স্থিতি ...
ক'লা আকুহী বগ (Red-naped Ibis) | |
---|---|
Red-naped Ibis, Gujarat, India | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Pelecaniformes |
পৰিয়াল: | Threskiornithidae |
গণ: | Pseudibis |
প্ৰজাতি: | P. papillosa |
বৈজ্ঞানিক নাম | |
Pseudibis papillosa (Temminck, 1824) |
বন্ধ কৰক