কুৰুৱা
From Wikipedia, the free encyclopedia
কুৰুৱা [2] (ইংৰাজী: Pallas's Fish Eagle, বৈজ্ঞানিক নাম-Haliaeetus leucoryphus)[3]), এবিধ ডাঙৰ আকাৰৰ শেন চৰাই৷ ইয়াৰ দেহ মটীয়া বৰণৰ৷ শৰাইঘাট অভিধানত কুৰুৱা-ক osprey (Pandion haliaetus) বুলি উল্লেখ কৰিছে [4]।
ক্ষিপ্ৰ তথ্য কুৰুৱা (Pallas's Fish Eagle), সংৰক্ষণ স্থিতি ...
কুৰুৱা (Pallas's Fish Eagle) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Falconiformes (or Accipitriformes, q.v.) |
পৰিয়াল: | Accipitridae |
গণ: | Haliaeetus |
প্ৰজাতি: | H. leucoryphus |
বৈজ্ঞানিক নাম | |
Haliaeetus leucoryphus (Pallas, 1771) | |
সমাৰ্থক | |
Aquila leucorypha Pallas, 1771 |
বন্ধ কৰক