কোকলোঙা
From Wikipedia, the free encyclopedia
কোকলোঙা[2] (ইংৰাজী: Rufous Treepie, বৈজ্ঞানিক নাম-Dendrocitta vagabunda) দক্ষিণ-পূব এছিয়াত স্থানীয়ভাৱে পোৱা এবিধ চৰাইৰ প্ৰজাতি। ই কাউৰী পৰিয়াল (Corvidae)ৰ অন্তৰ্ভুক্ত। ইয়াৰ নেজ অতি দীঘল আৰু ইয়াৰ ডাঙৰ মাতৰ বাবে চকুত পৰা বিধৰ হয়। কোকলোঙা সাধাৰণতে মুকলি কাঠনি, খেতি-পথাৰ, বনাঞ্চল তথা নগৰীয়া অঞ্চলতো দেখিবলৈ পোৱা যায়।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ক্ষিপ্ৰ তথ্য কোকলোঙা, সংৰক্ষণ স্থিতি ...
কোকলোঙা | |
---|---|
A Pair Of Rufous Treepie In Mangaon, Maharastra. | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Corvidae |
গণ: | Dendrocitta |
প্ৰজাতি: | D. vagabunda |
বৈজ্ঞানিক নাম | |
Dendrocitta vagabunda (Latham, 1790) | |
সমাৰ্থক | |
Dendrocitta rufa |
বন্ধ কৰক