খন্তীয়া হাঁহ
From Wikipedia, the free encyclopedia
খন্তীয়া হাঁহ (ইংৰাজী: Northern Shoveler, বৈজ্ঞানিক নাম-Anas clypeata) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে। [2]। শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ , দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে। [3][4]
ক্ষিপ্ৰ তথ্য খন্তীয়া হাঁহ (Northern Shoveler), সংৰক্ষণ স্থিতি ...
খন্তীয়া হাঁহ (Northern Shoveler) | |
---|---|
মতা খন্তীয়া হাঁহ | |
মাইকী খন্তীয়া হাঁহ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Anatinae |
গণ: | Anas (disputed) |
প্ৰজাতি: | A. clypeata |
বৈজ্ঞানিক নাম | |
Anas clypeata Linnaeus, 1758 | |
European distribution. Light green: summer only. Blue: winter only. Dark green: all-year. | |
সমাৰ্থক | |
Spatula clypeata (but see text) |
বন্ধ কৰক