গলমণিকা নাচনী
চৰাইৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
গলমণিকা নাচনী (ইংৰাজী: Red-breasted Flycatcher, বৈজ্ঞানিক নাম-Ficedula parva) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই।
ক্ষিপ্ৰ তথ্য গলমণিকা নাচনী, সংৰক্ষণ স্থিতি ...
গলমণিকা নাচনী | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Muscicapidae |
গণ: | Ficedula |
প্ৰজাতি: | F. parva |
বৈজ্ঞানিক নাম | |
Ficedula parva (Bechstein, 1792) |
বন্ধ কৰক