গুজৰাটী ভাষা
এটা ইণ্ডো-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।
ক্ষিপ্ৰ তথ্য গুজৰাটী, অঞ্চল ...
গুজৰাটী | |
---|---|
ગુજરાતી গুজৰাতী | |
অঞ্চল | ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তানজানিয়া, কেনিয়া, পাকিস্তান, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা |
স্থানীয় ভাষিক |
৪ কোটি ৬০ লাখ |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | গুজৰাটী লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
গুজৰাট (ভাৰত) |
ভাষা সংকেত | |
ISO 639-1 | gu |
ISO 639-2 | guj |
ISO 639-3 | guj |
বন্ধ কৰক
গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।