![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/cf/Bubulcus_map.svg/langas-640px-Bubulcus_map.svg.png&w=640&q=50)
গো-বগ
From Wikipedia, the free encyclopedia
গো-বগ[2] বা গৰু বগলী (ইংৰাজী: Cattle Egret, বৈজ্ঞানিক নাম-Bubulcus ibis) এটা বহুলভাৱে বিস্তৃত হৈ থকা বগলীৰ প্ৰজাতি। ই Ardeidae পৰিয়াল তথা Bubulcus গোত্ৰৰ অন্তৰ্ভুক্ত। পূৰ্বতে ই কেৱল এছিয়া, আফ্ৰিকা তথা ইউৰোপত বিস্তৃত হৈ আছিল যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যাই পৃথিৱীৰ অন্য অঞ্চলসমূহলৈ দ্ৰুত বিস্তৃতি লাভ কৰিছে।
ক্ষিপ্ৰ তথ্য গো-বগ (Cattle Egret), সংৰক্ষণ স্থিতি ...
গো-বগ (Cattle Egret) | |
---|---|
![]() | |
প্ৰজনন কালত পূৰ্ণবয়স্ক গো-বগ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Ciconiiformes |
পৰিয়াল: | Ardeidae |
গণ: | Bubulcus Bonaparte, 1855 |
প্ৰজাতি: | B. ibis |
বৈজ্ঞানিক নাম | |
Bubulcus ibis (Linnaeus, 1758) | |
Subspecies | |
B. i. ibis (Linnaeus, 1758) | |
![]() | |
গোলকীয় বিতৰণৰ মানচিত্ৰ হালধীয়া:প্ৰজননৰ সময়ত বিস্তৃতি সেউজীয়া: সমগ্ৰ বছৰ জুৰি বিস্তৃত নীলা:প্ৰজনন নোহোৱা কালত বিস্তৃতি | |
সমাৰ্থক | |
Ardea ibis Linnaeus, 1758 |
বন্ধ কৰক