ডবাশেন
From Wikipedia, the free encyclopedia
ডবাশেন[2](ইংৰাজী: Western Marsh-harrier, বৈজ্ঞানিক নাম-Circus aeruginosus) এটা ডাঙৰ আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা যায়।
ক্ষিপ্ৰ তথ্য ডবাশেন, সংৰক্ষণ স্থিতি ...
ডবাশেন | |
---|---|
পূৰ্ণবয়স্ক মতা (সন্মুখত), পোৱালি (মতা ডবাশেনৰ কাষত) আৰু পূৰ্ণবয়স্ক মাইকী (পিছফালে) ডবাশেন | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
উপশ্ৰেণী: | Neornithes |
অনুশ্ৰেণী: | Neognathae |
মহাবৰ্গ: | Neoaves |
বৰ্গ: | Falconiformes (but see there) |
পৰিয়াল: | Accipitridae |
গণ: | Circus |
প্ৰজাতি: | C. aeruginosus |
বৈজ্ঞানিক নাম | |
Circus aeruginosus (Linnaeus, 1758) | |
Dark green: present all year Light green: nesting only Blue: wintering only |
বন্ধ কৰক