![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/0e/Gardenia_jasminoides_cv1.jpg/640px-Gardenia_jasminoides_cv1.jpg&w=640&q=50)
তগৰ
From Wikipedia, the free encyclopedia
তগৰ (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া। বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ। তগৰ ফুলৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ সুন্দৰ গোন্ধ। সেয়ে ইয়াৰ আন এটি নাম হ'ল গন্ধৰাজ। ইংৰাজী ভাষাত ইয়াক Gardenia,[2] Cape Jasmine,[উদ্ধৃতিৰ প্ৰয়োজন] Cape Jessamine,[2] Danh-Danh,[2] Jasmin[2] আদি নামেৰে জনা যায়।
ক্ষিপ্ৰ তথ্য তগৰ, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
তগৰ | |
---|---|
![]() | |
তগৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Rubiaceae |
গণ: | Gardenia |
প্ৰজাতি: | G. jasminoides |
বৈজ্ঞানিক নাম | |
Gardenia jasminoides J.Ellis | |
সমাৰ্থক[1] | |
|
বন্ধ কৰক