দীঘলনেজী
From Wikipedia, the free encyclopedia
দীঘলনেজী হাঁহ (ইংৰাজী: Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত 'Pintail" বুলি কোৱা হয়৷
ক্ষিপ্ৰ তথ্য দীঘলনেজী (Northern Pintail), সংৰক্ষণ স্থিতি ...
দীঘলনেজী (Northern Pintail) | |
---|---|
মতা আৰু মাইকী দীঘলনেজী | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Anatinae |
গণ: | Anas |
প্ৰজাতি: | A. acuta |
বৈজ্ঞানিক নাম | |
Anas acuta Linnaeus, 1758 | |
পাতল সেউজীয়া;— বাহ সজা অঞ্চল নীলা;— শীতকালৰ বাসস্থান ডাঠ সেউজীয়া;— স্থানীয় ভাৱে পোৱা অঞ্চল ৰঙা;— বিৰলভাৱে পোৱা অঞ্চল | |
সমাৰ্থক | |
Dafila acuta |
বন্ধ কৰক