বিহুৱতী চৰাই
From Wikipedia, the free encyclopedia
বিহুৱতী চৰাই[2] (ইংৰাজী: Common Iora, বৈজ্ঞানিক নাম-Aegithina tiphia) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় অঞ্চলত, প্ৰধানকৈ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে। i
ক্ষিপ্ৰ তথ্য বিহুৱতী চৰাই (Common Iora), সংৰক্ষণ স্থিতি ...
বিহুৱতী চৰাই (Common Iora) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Aegithinidae |
গণ: | Aegithina |
প্ৰজাতি: | A. tiphia |
বৈজ্ঞানিক নাম | |
Aegithina tiphia (Linnaeus, 1758) |
বন্ধ কৰক