বৰবালি বগুৱা
From Wikipedia, the free encyclopedia
বৰবালি বগুৱা (ইংৰাজী: Wood Sandpiper, বৈজ্ঞানিক নাম-Tringa glareola) এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। ই 'wader' গোটৰ অন্তৰ্ভুক্ত।
ক্ষিপ্ৰ তথ্য (বৰবালি বগুৱা) Wood Sandpiper, সংৰক্ষণ স্থিতি ...
(বৰবালি বগুৱা) Wood Sandpiper | |
---|---|
মহাৰাষ্ট্ৰত বৰবালি বগুৱা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
উপশ্ৰেণী: | Neornithes |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Scolopacidae |
গণ: | Tringa |
প্ৰজাতি: | T. glareola |
বৈজ্ঞানিক নাম | |
Tringa glareola Linnaeus, 1758 | |
সমাৰ্থক | |
Rhyacophilus glareola (Linnaeus, 1758) |
বন্ধ কৰক