মৌপিয়া
From Wikipedia, the free encyclopedia
মৌপিয়া (ইংৰাজী: Crimson Sunbird, বৈজ্ঞানিক নাম-Aethopyga siparaja) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ফুলৰ ৰস খায় বাবে ইয়াক মৌপিয়া বুলি কোৱা হয়৷ অৱশ্যে প্ৰজনন কালত ই পোক-পতংগও খোৱা দেখা যায়৷ ই চিংগাপুৰৰ ৰাষ্ট্ৰীয় চৰাই৷
ক্ষিপ্ৰ তথ্য মৌপিয়া (Crimson Sunbird), সংৰক্ষণ স্থিতি ...
মৌপিয়া (Crimson Sunbird) | |
---|---|
Aethopyga siparaja | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Nectariniidae |
গণ: | Aethopyga |
প্ৰজাতি: | A. siparaja |
বৈজ্ঞানিক নাম | |
Aethopyga siparaja (Raffles, 1822) |
বন্ধ কৰক