শিলকতৰা
এবিধ পৰিভ্ৰমী চৰাই / From Wikipedia, the free encyclopedia
শিলকতৰা(ইংৰাজী: Siberian Stonechat, বৈজ্ঞানিক নাম-Saxicola maurus) এবিধ পৰিভ্ৰমী চৰাই। ই শীতকালত দক্ষিণ জাপানৰ পৰা থাইলেণ্ড পৰ্যন্ত, ভাৰত আৰু উত্তৰ পূৱ আফ্ৰিকালৈ পৰিভ্ৰমণ কৰে।
এই প্ৰাণী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য শিলকতৰা, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
শিলকতৰা | |
---|---|
দীপৰ বিলত শীতকালত অগৰা গছত বহি থকা এটা মতা শিলকতৰা | |
ভাৰতৰ উত্তৰ প্ৰদেশত মাইকী শিলকতৰা | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passerifomes |
পৰিয়াল: | Muscicapidae |
গণ: | Saxicola |
প্ৰজাতি: | maurus |
সমাৰ্থক | |
|
বন্ধ কৰক