ৰজা শগুণ
From Wikipedia, the free encyclopedia
ৰজা শগুণ (ইংৰাজী: Red-headed Vulture/Asian King Vulture/Indian Black Vulture, বৈজ্ঞানিক নাম: Sarcogyps calvus) শগুণৰ এটা অন্যতম প্ৰজাতি। শেহতীয়াকৈ হোৱা শগুণৰ অস্বাভাৱিক বিলুপ্তিত ইয়াৰো জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে।[2] ইয়াৰ এই মৃত্যুৰ বাবে ডাইক্ল'ফেনেক নামৰ দৰৱবিধকে জগৰীয়া কৰা হয়।
ক্ষিপ্ৰ তথ্য ৰজা শগুণ (Red-headed Vulture), সংৰক্ষণ স্থিতি ...
ৰজা শগুণ (Red-headed Vulture) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Accipitriformes |
পৰিয়াল: | Accipitridae |
গণ: | Sarcogyps Lesson, 1842 |
প্ৰজাতি: | S. calvus |
বৈজ্ঞানিক নাম | |
Sarcogyps calvus (Scopoli, 1786) | |
Current distribution range of red headed vulture | |
সমাৰ্থক | |
|
বন্ধ কৰক