![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/59/Brown-headed_Gull._in_breeding_plumage.jpg/640px-Brown-headed_Gull._in_breeding_plumage.jpg&w=640&q=50)
ৰামপৰা
From Wikipedia, the free encyclopedia
ৰামপৰা (ইংৰাজী: Brown-headed Gull, বৈজ্ঞানিক নমা-Chroicocephalus brunnicephalus)এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই মধ্য এছিয়াৰ তুৰ্কমেনিস্তানৰ পৰা মংগোলীয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷
ক্ষিপ্ৰ তথ্য ৰামপৰা (Brown-headed Gull), সংৰক্ষণ স্থিতি ...
ৰামপৰা (Brown-headed Gull) | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Laridae |
গণ: | Chroicocephalus |
প্ৰজাতি: | C. brunnicephalus |
বৈজ্ঞানিক নাম | |
Chroicocephalus brunnicephalus (Jerdon, 1840, west coast of Indian Peninsula) | |
সমাৰ্থক | |
Larus brunnicephalus |
বন্ধ কৰক