ৰূপহী (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ (১৯৪৪) / From Wikipedia, the free encyclopedia
ৰূপহী (ইংৰাজী: Rupahi) ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ। পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই ছবিখনৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগি ভস্মীভূত হয়। আনকি কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত ছবিখনৰ নিগেটিভো নষ্ট হৈ যায়।[1][2]
ক্ষিপ্ৰ তথ্য ৰূপহী Rupahi, পৰিচালক ...
ৰূপহী Rupahi | |
---|---|
পৰিচালক | পাৰ্ৱতি প্ৰসাদ বৰুৱা |
কাহিনী | কমলেশ্বৰ চলিহা |
প্ৰযোজক | 'বৰুৱা বোলছবি, ৰূপালী পাম'-ৰ হৈ পাৰ্ৱতি প্ৰসাদ বৰুৱা |
অভিনয়ত | কানন চক্ৰবৰ্তী ডানকান আচাও |
চিত্ৰগ্ৰহণকাৰী | বিভূতি দাস, ধীৰেন দে |
সংগীত পৰিচালক | পাৰ্ৱতি প্ৰসাদ বৰুৱা |
প্ৰযোজনা কোম্পানীসমূহ |
শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅ', কলিকতা |
মুক্তি |
১৯৪১ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বন্ধ কৰক