অপাৰেচন অল ক্লিয়াৰ
ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা অসমৰ বিচ্ছিন্নতাবাদী সংগঠনৰ বিৰুদ্ধে চলোৱা এক সামৰিক অভিযান / From Wikipedia, the free encyclopedia
অপাৰেচন অল ক্লিয়াৰ হৈছে ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা ভূটানৰ দক্ষিণ অংশত থিতাপি লৈ থকা অসমৰ বিচ্ছিন্নতাবাদী সংগঠনৰ ঘাটি উচ্ছেদ কৰিবলৈ ২০০৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩ জানুৱাৰীলৈ চলোৱা এক সামৰিক অভিযান। ৰয়েল ভূটান আৰ্মীয়ে চলোৱা এইটো আছিল প্ৰথম অভিযান।
ক্ষিপ্ৰ তথ্য অপাৰেচন অল ক্লিয়াৰ, তাৰিখ ...
অপাৰেচন অল ক্লিয়াৰ | |||||||
---|---|---|---|---|---|---|---|
উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী বিদ্ৰোহৰ অংশ | |||||||
|
|||||||
যুজাৰু | |||||||
ভূটান
সমৰ্থন কৰে: | আলফা |
||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
জিগমে শিংয়ে ৱাংচুক জিগমে খেচাৰ নামগৱেল ৱাংচুক জিগমে থিনলে লাম দৰ্জী বাট্ট' শ্বেৰিং নিৰ্মল চন্দেৰ ভীজ [4][5] | অৰবিন্দ ৰাজখোৱা ভীমকান্ত বুঢ়াগোঁহাই (যু.ব.) মিথিংগা দৈমাৰী (যু.ব.) ৰঞ্জন দৈমাৰী মিল্টন দৈমাৰী (যু.ব.) টম অধিকাৰী (যু.ব.) হৰ্ষবৰ্ধন বৰ্মন (যু.ব.)[4][6][7] |
||||||
সৈন্য শক্তি | |||||||
৬,০০০ ৰয়েল ভূটান আৰ্মী ৬৩৪ ভূটানীজ মলিচিয়া[1][6] | ১,৫০০–৩,৫০০[6] | ||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||
১১–৩৪ নিহত ৩৫–৬০ আহত[8] | ১৬০ নিহত ৪৯০ কৰায়ত্ত[6] |
বন্ধ কৰক