অসম ষ্টাৰ থিয়েটাৰ
From Wikipedia, the free encyclopedia
অসম ষ্টাৰ থিয়েটাৰ ১৯৭০ চনৰ ১১ ছেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ দল। নটৰাজ থিয়েটাৰ আৰু মঞ্চৰূপা থিয়েটাৰৰ পিছত পাঠশালাত আৰম্ভ হোৱা নাট্যদল হ'ল অসম ষ্টাৰ থিয়েটাৰ। পাঠশালাৰ কুমুদ শৰ্মাৰ প্ৰযোজনাত এই থিয়েটাৰ প্ৰতিষ্ঠা হয়।[1] আশীৰ দশকৰ মাজভাগত এই থিয়েটাৰে ইয়াৰ নাট্যযাত্ৰাৰ যৱনিকা পেলায়।
ক্ষিপ্ৰ তথ্য অসম ষ্টাৰ থিয়েটাৰ, ঠিকনা ...
অসম ষ্টাৰ থিয়েটাৰ | |
---|---|
ঠিকনা | পাঠশালা, বৰপেটা জিলা, অসম |
চহৰ | বৰপেটা |
দেশ | ভাৰত |
স্বতাধিকাৰী | কুমুদ শৰ্মা |
প্ৰাৰম্ভ | ১৯৭০ চন |
মুঠ সক্ৰিয় সময় | ১৯৭০ চন - |
বন্ধ | আশীৰ দশকৰ মাজভাগ |
বন্ধ কৰক