কমলা মিৰি
From Wikipedia, the free encyclopedia
কমলা মিৰি ওৰফে কমলা লুইং (? -২২ এপ্ৰিল ১৯৪৩) অসমৰ মিচিং সম্প্ৰদায়ৰ এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। কমলা মিৰিৰ ঘৰ আছিল গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱত।[1]