কুশল কোঁৱৰ
৪২'ৰ ভাৰত ত্যাগ আন্দোলনৰ ফাঁচি বৰণ কৰা একমাত্ৰ শ্বহীদ / From Wikipedia, the free encyclopedia
কুশল কোঁৱৰ (ইংৰাজী: Kushal Konwar) হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি ফাঁচি বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ তথা ৪২'ৰ ভাৰত ত্যাগ আন্দোলনৰ ফাঁচি বৰণ কৰা একমাত্ৰ শ্বহীদ ।[2]
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
এই প্ৰবন্ধটোৰ পৰিচিতি খণ্ডটো ইয়াৰ তথ্যসমূহৰ সৈতে সংগতি ৰাখি অলপ বিস্তাৰ কৰাৰ প্ৰয়োজন আছে। ৱিকিপিডিয়াৰ পৰিচিতি অংশ লিখাৰ নিয়ম অনুসৰি, এই অংশটোক এটা বিস্তৃত পৰিচিতি প্ৰদানেৰে প্ৰবন্ধটো সুন্দৰ কৰি তোলক। (আলোচনা) |
ক্ষিপ্ৰ তথ্য কুশল কোঁৱৰ, জন্ম ...
কুশল কোঁৱৰ | |
---|---|
কুশল কোঁৱৰ | |
জন্ম | ২১ মাৰ্চ, ১৯০৫ চন [1] গোলাঘাট, অসম |
মৃত্যু | ১৫ জুন, ১৯৪৩ চন [2][3] |
জনা যায় | ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ |
বন্ধ কৰক