![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3d/Karam_Festival_in_Assam.jpg/640px-Karam_Festival_in_Assam.jpg&w=640&q=50)
কৰম পূজা
অসমৰ চাহ জনগোষ্ঠীসকলৰ এক তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান / From Wikipedia, the free encyclopedia
কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ'লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।[1]
ক্ষিপ্ৰ তথ্য কৰম পূজা, সম্পূৰ্ণ নাম ...
কৰম পূজা | |
---|---|
![]() | |
সম্পূৰ্ণ নাম | অসমীয়া: কৰম পূজা |
পালন কৰে | অসমৰ চাহ জনগোষ্ঠী |
প্ৰকাৰ | কৃষিভিত্তিক উৎসৱ অসমৰ উৎসৱ ভাৰতীয় উৎসৱ |
বন্ধ কৰক