![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/52/Photuris_lucicrescens.jpg/640px-Photuris_lucicrescens.jpg&w=640&q=50)
জোনাকী পৰুৱা
পতঙ্গৰ পৰিয়াল / From Wikipedia, the free encyclopedia
জোনাকী পৰুৱা (ইংৰাজী: Firefly) এবিধ সৰু পতংগ শ্ৰেণীৰ জীৱ। ইয়াৰ দেহত এযোৰ পাখি থাকে বাবে ই উৰিব পাৰে। ইয়াৰ দেহটো কোমল। ইহঁত সন্ধিপদী প্ৰাণী। জোনাকী পৰুৱাক বৈজ্ঞানিকসকলে দিয়া নাম- লামপাইৰিদ (Lampyride)। ই ক'লেওপ্টেৰা বৰ্গৰ অন্তৰ্ভুক্ত। জোনাকী পৰুৱাৰ আন আন শ্ৰেণী সমূহ হৈছে: Elateroidea, Cyphonocerinae, Photurinae, Luciolinae, Lampyrine।
ক্ষিপ্ৰ তথ্য জোনাকী পৰুৱা, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
জোনাকী পৰুৱা | |
---|---|
![]() | |
Photuris lucicrescens[1] | |
![]() | |
দুটা জোনাকী পৰুৱাৰ যৌন মিলন | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Coleoptera |
মহাপৰিয়াল: | Elateroidea |
পৰিয়াল: | Lampyridae Latreille, 1817 |
উপপৰিয়াল | |
Amydetinae[2] Genera incertae sedis[2]: |
বন্ধ কৰক