পৰ্ব (জীৱবিদ্যা)
From Wikipedia, the free encyclopedia
জীৱবিজ্ঞানত, পৰ্ব (phylum,/ˈfaɪləm/;বহুবচন: phyla), বৰ্গীকৰণ তালিকাত জগতৰ তলতেই পৰ্বই স্থান লাভ কৰিছে। পৰ্ব সমূহক শ্ৰেণী নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে। ১৯৯৩ চনতেই ইণ্টাৰনেচনেল বটেনিকেল কংগ্ৰেছে (International Botanical Congress) পৰ্ব পদটো গ্ৰহণ কৰা স্বত্বেও, পৰম্মৰাগতভাৱে, উদ্ভিদবিজ্ঞানত পৰ্বৰ সলনি বিভাগ (division) পদটো ব্যৱহাৰ কৰা হয়।[1]