From Wikipedia, the free encyclopedia
টুৱাটেৰা (মাওৰি, ইংৰাজী: tuatara) নিউজিলেণ্ডৰ এবিধ নিজা-থলুৱা সৰীসৃপ। জেঠীজাত জীৱৰ দৰে দেখিলেও ইহঁত বেলেগ এটা গুৰি-গোষ্ঠীৰ, যিটো হ’ল ৰাইংক’চেফালিয়া বৰ্গ।[2] ইহঁতৰ নামটো মাওৰি ভাষাৰ পৰা আহিছে যাৰ অৰ্থ "পিঠিত শৃংগ"।[3] ২০ কোটি বছৰমান আগতে উন্নতি লাভ কৰা বৰ্গটোৰ এটাই টুৱাটেৰাৰ প্ৰজাতি বাচি আছে।[4] জীৱৰ গোটেইবিলাক গোটৰ ভিতৰত ইহঁতৰ আৰু ইস্কুৱামেটৰ (সাপ আৰু জেঠীজাত জীৱৰ) একেবাৰে শেহতীয়া পূৰ্বপুৰুষ একেই।[5] এই কাৰণে জেঠীজাত জীৱৰ আৰু সাপৰ অধ্যয়নত আৰু প্ৰথম ডায়েপ্সিড (ডাইনাচৰ, য’ত চৰাইও পৰে আৰু ঘৰীয়ালজাত জীৱক সাঙুৰি লোৱা এটা এম্নিয়ট চাৰিঠেঙীয়া জীৱৰ গোট) বিলাকৰ চেহেৰা আৰু অভ্যাসৰ পুনৰনিৰ্মাণৰ বাবে টুৱাটেৰাক গুৰুত্ব দিয়া হয়।
টুৱাটেৰা (Tuatara) জীৱাশ্ম কাল: Pleistocene – present,[1] 0.126–0Ma প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
↓ | |
---|---|
মতা উত্তৰীয়া টুৱাটেৰা (Sphenodon punctatus) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | ক'ৰডাটা |
শ্ৰেণী: | সৰীসৃপ |
বৰ্গ: | Rhynchocephalia |
পৰিয়াল: | Sphenodontidae |
গণ: | Sphenodon John Edward Gray, 1831 |
প্ৰজাতি | |
| |
থলুৱা বিস্তাৰ (নিউজিলেণ্ড) |
টুৱাটেৰাৰ বৰণ সেউজীয়াৰ দৰে মটীয়া আৰু ধোঁৱাবুলীয়া, ইয়াৰ দীঘ মূৰৰ পৰা নেজলৈকে ৮০ ছে.মি. (৩১ ইঞ্চি) আৰু ওজন ১.৩ কেজি।[6] ইহঁতৰ কাঁইটীয়া জঁ থাকে, বিশেষকৈ মতাবিলাকত বেছিকৈ দেখি। ইহঁতৰ ওপৰৰ পাৰিটোত দুশাৰীকৈ দাঁত থাকে আৰু তলৰ পাৰিটোত ওপৰৰ পাৰিৰ মাজেৰে এশাৰী দাঁত থাকে, এনেকুৱা আন কোনো জীয়াই থকা জীৱত নেদেখি। আচহুৱাকৈ ইহঁতৰ দেখা যোৱা ফটোৰিচেপ্টিভ তৃতীয় চকুও থাকে যিটোৱে চিৰ্কাডিয়ান আৰু ঋতুগত চক্ৰবোৰ কৰায় বোলে ভবা গৈছে। বাহিৰা কান নাই যদিও ইহঁতে শুনিব পাৰে আৰু ইহঁতৰ লাওখোলাত কিছুমান ইউনিক ঠাচ থাকে যাৰ কিছুমান বিৱৰ্তনগতভাবে মাছ অৱস্থাৰ পৰা বজাই ৰাখিছে যেন দেখা গৈছে। যদিও টুৱাটেৰাক কেতিয়াবা "জীৱন্ত জীৱাশ্ম" বুলি কোৱা হয়, শেহতীয়া দেহতাত্ত্বিক অধ্যয়নে ইহঁত মেছ’জৈক যুগৰ পৰা বহুত সলনি হোৱা বুলি দেখুৱাইছে।[7][8][9] ইয়াৰ জননকোষ মেপ কৰি থাকোঁতে গৱেষকসকলে এই প্ৰজাতিটোৰ খাৰযোৰৰ সংখ্যা ৫ৰ পৰা ৬শ কোটিটা আছে মানুহটোক দুগুণ।[10]
The tuatara Sphenodon punctatus has been protected by law since 1895.[11][12] A second species, S. guntheri, was recognised in 1989,[6] but since 2009 it has been reclassified as a subspecies.[13][14] Tuatara, like many of New Zealand's native animals, are threatened by habitat loss and introduced predators, such as the Polynesian rat (Rattus exulans). Tuatara were extinct on the mainland, with the remaining populations confined to 32 offshore islands[4] until the first mainland release into the heavily fenced and monitored Karori Sanctuary in 2005.[15]
During routine maintenance work at Karori Sanctuary in late 2008, a tuatara nest was uncovered,[16] with a hatchling found the following autumn.[17] This is thought to be the first case of tuatara successfully breeding in the wild on the New Zealand mainland in over 200 years.
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.