অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ প্ৰথম আখৰ From Wikipedia, the free encyclopedia

ক
Remove ads

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ প্ৰথম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'ক'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ক' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ক'-ক এনেদৰে ⠅ (braille pattern dots-13) লিখা যায়।[2]

Thumb

স্বৰবৰ্ণৰ লগত যোগ হ'লে

Thumb

অধিক তথ্য স্বৰবৰ্ণ, 'ক'ৰ লগত যোগ হ'লে ...

যুক্তবৰ্ণ (ক যোগ)

অধিক তথ্য পৃথকৰূপত, যুক্তৰূপ ...

'ক'ৰে আৰম্ভ শব্দৰ উদাহৰণ

ইউনিক’ড

অসমীয়া কৰ বাবে ইউনোক'ডত কোনো পৃথক স্থান নাই, সেয়েহে অসমীয়া ৱিকিপিডিয়াকে ধৰি বহুতো অন্য ৱেবছাইট আদিয়ে "বেংগালি লেটাৰ ক" (BENGALI LETTER KA)কে অসমীয়া কৰ বাবে ব্যৱহাৰ কৰিছে। এই 'ক'ৰ ক'ড হ'ল U+0995।[3] যদিও এই আখৰৰ নাম ইউনিকোডে মাজতে "বেংগালি আছামিজ ক" কৰিছিল, পিচে এই আখৰৰ নাম পুনৰ বেংগালি লেটাৰ ক কৰা হ'ল।[4][5] গুৱাহাটী বাপ্টিষ্ট গিৰ্জাৰ পেষ্টৰ আজিজুল হকৰ মতে অসম চৰকাৰে দুই বিপৰীত দাবী কৰি চিঠি দিয়াৰ বাবে এনে হ'ল।[6]

অধিক তথ্য চিহ্ন, ইউনিক’ড ...
Remove ads

তথ্যসংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads